সদাগতিসদাগৰী

সদাগৰ (Assamese) [ Roman: xo.da.gor]
Contributed by: Biraj Kumar Kakati on 2008-03-14
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Common Noun-Common) a person who buys and sells commodities for profit লাভৰ বাবে বস্তু বেচা-কিনা কৰা ব্যক্তি; ব্যৱসায় কৰি জীৱিকা অৰ্জন কৰা ব্যক্তি|