সুবিদিতসুবিধা কৰি দে

সুবিধা (Assamese) [ Roman: xu.bi.dha]
1. (Abstract Noun) a favorable juncture of circumstances. এক ইতিবাচক বা অনুকূল পৰিস্থিতি।

2. (Abstract Noun) sth that is built, installed or established to serve a particular purpose, such as a Hospital. কোনো বিশেষ উদ্দেশ্য সাধনৰ বাবে সজা, স্থাপন কৰা বা প্ৰতিস্থা কৰা কোনো বস্তু।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-29
3. (Abstract Noun) the state or quality of being easy to use সহজে ব্যৱহাৰ কৰিব পৰা গুণ বা অৱস্থা