হিকাবাহিগচ বচন

হিকিয়া (Deori) [ Roman: hi.ki.ya]
Contributed by: Himasri Das on 2023-04-14
1. (Common Noun-Common &/or Masculine) a person who is in the process of learning something; a person who is gaining knowledge about a subject or how to do something. কোনো বিষয় বা বিষয়ৰ সম্পৰ্কে কিবা শিকি থকা, জ্ঞান আহৰণ কৰি থকা বা কিবা কাম কেনেদৰে কৰিব লাগে, সেইবিষয়ে শিক্ষা লৈ থকা লোক৷