অত্যধিক (Assamese) [ Roman: o.tyo.dhik]
Contributed by: Biraj Kumar Kakati on 2010-09-12
1. (Proper Adj.-Common) More than or beyond what is usual, normal, expected, or necessary. প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
English:
Assamese:
Bodo:
Nagamese:
Deori:
Different POS:
a. Verb-Trans.: addযোগ কৰ্दाजाबदाजाबदेर, सोफादेरilik...Contributed by: Bikram M Baruah on 2010-11-26
2. (Proper Adj.) sth much more than what is expected or needed. আশা কৰাতকৈ বা লগাতকৈ বেছি৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-20
3. (Proper Adj.-Common) in large numbers or quantities বিশাল সংখ্যা বা পৰিমাণত
Assamese:
অগণন অগণনীয় অগণিত অগণ্য অগনন অজস্ৰ অত্যধিক অদয় অধিক অনেক অলেখ অসংখ্য অসংখ্যাত আৰু ইলাহি এশ-এটা এশ-এবুৰি কেইবা কেইবাটা ঢেৰ নাম্ প্ৰচুৰ প্ৰতুল ফাইক বহু বহুতো বহুবিলাক বহুবোৰ বহুসংখ্যক বাহাক বাৰেপাচি বেচি বেছি ভালে-খানি ভালে-খিনি ভালে-মান্ ভালে-সংখ্যক ভালেটি ভালেটিমান ভালেমান ভূৰি মাউখীয়া যথেষ্ট শতকোটি শতকৌটি শতসহস্ৰ সংখ্যাতীত সংখ্যাহীন সহস্ৰ সৰহ সৰহীয়া ৰাহাক
Bodo:
Mising:
Meeteilon:
Karbi:
Bangla:
Rabha:
TAI-Turung:
Singpho:
Tutsa:
Related Idea:
a. Proper Adj.: colossalelephantineenormousgiantgigantic...Contributed by: Biraj Kumar Kakati on 2009-02-13
4. (Abstract Noun-Neuter) amount by which one thing exceeds another or the predefined limit. এটাতকৈ আনটোৰ বাঢ়ি থকা পৰিমাণ বা পূৰ্ব-নিৰ্দ্ধাৰিত সীমা।
Bodo:
Khasi:
Garo:
Karbi:
Nepali: