গজ (Assamese) [ Roman: goj]
    1. Animal(Common Noun-Common) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears. ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
    Contributed by: ৰূপকমল on 2006-03-17
    2. (Abstract Noun) a unit of measurement equal to three feet or approximately 91.4 centimetres. তিনি ফুট বা প্ৰায় ৯১.৪ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ সমান এক একক|
    English:
    Assamese:
    Nagamese:
    Dimasa:
    Singpho: