বিসম্বাদ (Assamese) [ Roman: bi.xom.bad]
Contributed by: Biraj Kumar Kakati on 2008-03-06
b. Abstract Noun: controversydissentvarianceঐয়া-হৈয়াদ্বিমত...
c. Abstract Noun: affraybrawlconflictfightঅঁৰিয়া-অঁৰি...
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Abstract Noun) A state or act of enmity for political, economic, or social reasons usually without physical violence. ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।Assamese:
অঁৰিয়া-অঁৰি উখনা-উখনি উত্তৰা-উত্তৰি কন্দল কলহ কলৌ কাজিয়া কাজিয়া-পেঁচাল কোঁহ-কাল কৌটাল খকন্দ খকা-খুন্দা খেটমেট খেটেং-মেটেং খোৱা-কামোৰা খৰিয়াল ঘণ্টক ঠোঁটা-মোজা তৰ্কাতৰ্কি দন-হাই দন্দ দন্দ-বান্দ দ্বন্দ দ্বন্দ খৰিয়াল দ্বন্দ্ব বাক-বিতণ্ডা বাক্কলহ বাদ-বিবাদ বাদ-বিসম্বাদ বাবতি বিপ্ৰলম্ভ বিবাদ বিসংবাদ বিসম্বাদ বিৱাদ বোলা-বুলি মনান্তৰ হাই-কন্দল হেঁকেচ্-কেচ্ হেঁকেৰ্-পেকেৰ্
Bodo:
Mising:
Khasi:
Hmar:
Dimasa:
TAI-Ahom:
Hindi:
Rabha:
Related Idea:
a. Abstract Noun: argumentdebateতৰ্কতৰ্ক-যুদ্ধযুক্তি-তৰ্ক...b. Abstract Noun: controversydissentvarianceঐয়া-হৈয়াদ্বিমত...
c. Abstract Noun: affraybrawlconflictfightঅঁৰিয়া-অঁৰি...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-10
2. (Abstract Noun) prolonged argument or dispute. কোনো বিষয়ত হোৱা মতৰ অমিল|