বিৱাদ (Assamese) [ Roman: bi.bad]
Contributed by: Bikram M Baruah on 2007-06-01
b. Abstract Noun: argumentdebateতৰ্কতৰ্ক-যুদ্ধযুক্তি-তৰ্ক...
c. Abstract Noun: controversydissentvarianceঐয়া-হৈয়াদ্বিমত...
1. (Abstract Noun) A state or act of enmity for political, economic, or social reasons usually without physical violence. ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
Assamese:
অঁৰিয়া-অঁৰি উখনা-উখনি উত্তৰা-উত্তৰি কন্দল কলহ কলৌ কাজিয়া কাজিয়া-পেঁচাল কোঁহ-কাল কৌটাল খকন্দ খকা-খুন্দা খেটমেট খেটেং-মেটেং খোৱা-কামোৰা খৰিয়াল ঘণ্টক ঠোঁটা-মোজা তৰ্কাতৰ্কি দন-হাই দন্দ দন্দ-বান্দ দ্বন্দ দ্বন্দ খৰিয়াল দ্বন্দ্ব বাক-বিতণ্ডা বাক্কলহ বাদ-বিবাদ বাদ-বিসম্বাদ বাবতি বিপ্ৰলম্ভ বিবাদ বিসংবাদ বিসম্বাদ বিৱাদ বোলা-বুলি মনান্তৰ হাই-কন্দল হেঁকেচ্-কেচ্ হেঁকেৰ্-পেকেৰ্
Bodo:
Mising:
Khasi:
Hmar:
Dimasa:
TAI-Ahom:
Hindi:
Rabha:
Related Idea:
a. Abstract Noun: affraybrawlconflictfightঅঁৰিয়া-অঁৰি...b. Abstract Noun: argumentdebateতৰ্কতৰ্ক-যুদ্ধযুক্তি-তৰ্ক...
c. Abstract Noun: controversydissentvarianceঐয়া-হৈয়াদ্বিমত...