বৰ- (Assamese) [ Roman: bor]
1. (Proper Adj.) of a size more than the average. সচৰাচৰ আকৃতিতকৈ বেছি আহল-বহল আকৃতিৰ।
Meeteilon:
Mizo (Lushai):
Hmar:
Nagamese:
Bangla:
Nepali:
TAI-Khamti:
TAI-Turung:
Singpho:
Tutsa:
Higher Magnitude:
a. Proper Adj.: colossalelephantineenormousgiantgigantic...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
2. (Abstract Noun-Neuter) A blessing esp. those bestowed by a deity to an individual as result of his penance তপস্যাত সন্তুষ্ট হৈ দেৱতাই প্ৰদান কৰা আশীৰ্ব্বাদ
Contributed by: Partha P Sarmah on 2012-04-18
3. Cuisine-Food(Material Noun-Neuter) deep fried piece(s) of vegetable or vegetable leaf covered with besan (gram flour)used as a fast food served with a main dish or tea. পাছলিৰ মিহিকৈ কটা সৰু টুকুৰা বা শাকৰ পাত, কোনো কোনো ফুল আদি বেচনত লেটিয়াই তেলত মৰমৰীয়াকৈ ভাজি খোৱা মুখৰোচক খাদ্য৷
Assamese:
বৰ (Assamese) [ Roman: bor]
adv: বৰকৈ
Contributed by: Bikram M Baruah on 2006-08-22
4. (Adverb) more than the normal. স্বাভাৱিকতকৈ বেছি।
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-08-22
5. (Common Noun-Masculine) a newly married man or a man about to be married সদ্য-বিবাহিত বা বিয়াৰ বাবে সাজু হোৱা পুৰুষ
Contributed by: Partha P Sarmah on 2010-02-14
6. (Common Noun-Neuter) শাক বা পাচলি (সৰুকৈ) কাটি বেচন বা পিঠাগুৰিত লেটিয়াই তেলত মচমচীয়াকৈ/ ৰঙচুৱাকৈ ভাজি খোৱা এবিধ মুখৰোচক খাদ্য৷ সাধাৰণতে পালেং, বাবৰি, ভেদাইলতা, নৰসিংহ আদি শাক, ফুলকবি, পিয়াঁজ আদি পাচলিৰ বৰ ভাজি খোৱা হয়৷
বৰ (Deori) [ Roman: bor]
Contributed by: Himasri Das on 2023-02-07
7. (Proper Adj.-Common) in large numbers or quantities বিশাল সংখ্যা বা পৰিমাণত
Assamese:
অগণন অগণনীয় অগণিত অগণ্য অগনন অজস্ৰ অত্যধিক অদয় অধিক অনেক অলেখ অসংখ্য অসংখ্যাত আৰু ইলাহি এশ-এটা এশ-এবুৰি কেইবা কেইবাটা ঢেৰ নাম্ প্ৰচুৰ প্ৰতুল ফাইক বহু বহুতো বহুবিলাক বহুবোৰ বহুসংখ্যক বাহাক বাৰেপাচি বেচি বেছি ভালে-খানি ভালে-খিনি ভালে-মান্ ভালে-সংখ্যক ভালেটি ভালেটিমান ভালেমান ভূৰি মাউখীয়া যথেষ্ট শতকোটি শতকৌটি শতসহস্ৰ সংখ্যাতীত সংখ্যাহীন সহস্ৰ সৰহ সৰহীয়া ৰাহাক
Bodo:
Mising:
Meeteilon:
Karbi:
Bangla:
Rabha:
TAI-Turung:
Singpho:
Tutsa: