মিতা (Assamese) [ Roman: mi.ta]
    fm: মিতিনী
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-08-24
    1. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়
    Contributed by: Anup Raj Hazarika on 2025-04-25
    2. (Common Noun-Common) person of the same name. একে নামধাৰী মানুহ ৷

    মিতা (Deori) [ Roman: mi.ta]
    Contributed by: Himasri Das on 2023-03-06
    3. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়