নেহা (Assamese) [ Roman: ne.ha]
    Contributed by: Biraj Kumar Kakati on 2008-03-18
    1. (Abstract Noun) the relationship between two friends or their good helpful attitude towards each other দুজন বন্ধু বা মিত্ৰৰ মাজৰ সম্পৰ্ক অথবা পৰস্পৰৰ প্ৰতি সহায়ৰ মনোভাৱ
    Contributed by: Biraj Kumar Kakati on 2008-03-18
    2. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Biraj Kumar Kakati on 2008-03-18
    3. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়