সখি (Assamese) [ Roman: xo.khi Origin: সং. (হেম১৩)]
    alt: সখী, dfc: -জন
    Contributed by: archana rajbongshi on 2006-10-09
    1. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়
    Contributed by: Bhadra Brahma on 2025-04-12
    2. (Noun-Neuter) Formally contracted friend. নিয়ম মতে এজনে আনজনক কাপোৰ আদি দি কৰা বন্ধু৷