bun (English) [ IPA: ˈbən ASM: বান]
Contributed by: Dr. Armaan U. Muzaddadi on 2007-09-12
b. Abstract Noun: লিগিৰী-খোপা...
c. Abstract Noun: নেঘেৰী-খোপা...
1. (Material Noun-Neuter) long hair that is rolled at the back of the head মূৰৰ পিছফালে গোলাকৃতিৰ চুলিৰে বন্ধা থোপা
Bodo:
Mising:
Khasi:
TAI-Ahom:
Related Idea:
a. Abstract Noun: গাঁঠি-খোপা...b. Abstract Noun: লিগিৰী-খোপা...
c. Abstract Noun: নেঘেৰী-খোপা...
bun (Khasi)
Contributed by: Himasri Das on 2023-08-01
2. (Proper Adj.-Common) in large numbers or quantities বিশাল সংখ্যা বা পৰিমাণত
Assamese:
অগণন অগণনীয় অগণিত অগণ্য অগনন অজস্ৰ অত্যধিক অদয় অধিক অনেক অলেখ অসংখ্য অসংখ্যাত আৰু ইলাহি এশ-এটা এশ-এবুৰি কেইবা কেইবাটা ঢেৰ নাম্ প্ৰচুৰ প্ৰতুল ফাইক বহু বহুতো বহুবিলাক বহুবোৰ বহুসংখ্যক বাহাক বাৰেপাচি বেচি বেছি ভালে-খানি ভালে-খিনি ভালে-মান্ ভালে-সংখ্যক ভালেটি ভালেটিমান ভালেমান ভূৰি মাউখীয়া যথেষ্ট শতকোটি শতকৌটি শতসহস্ৰ সংখ্যাতীত সংখ্যাহীন সহস্ৰ সৰহ সৰহীয়া ৰাহাক
Bodo:
Mising:
Meeteilon:
Karbi:
Bangla:
Rabha:
TAI-Turung:
Singpho:
Tutsa: