wa (TAI-Khamti) [ IPA: wa]
    Contributed by: Sushmita Das on 2024-11-26
    1. (Verb-Trans.) to express one's thoughts, feelings etc in words মনৰ ভাৱ, অনুভূতি আদি শব্দত প্ৰকাশ কৰা

    wa (TAI-Turung) [ IPA: wa:]
    Contributed by: Rajshree Shyam on 2024-11-26
    2. Anatomy(Common Noun) one of the hard bodies or processes usually attached in a row to each jaw, serving for the prehension and mastication of food, as weapons of attack or defense, etc., খাদ্য আহৰণ আৰু চোবোৱাৰ বাবে তথা আক্ৰমণ বা আত্মৰক্ষাৰ হাথিয়াৰ ৰূপে ব্যৱহৃত জন্তু আৰু মানুহৰ মুখৰ ভিতৰত হনুত শাৰীকৈ লাগি থকা টান বস্তু
    Contributed by: Rajshree Shyam on 2024-11-15
    3. (Verb-Trans.) to cause a wound using teeth দাঁতেৰে আঘাত কৰ্
    English:
    Mising:
    Khasi:
    Garo:
    Mizo (Lushai):
    Karbi:
    Dimasa:
    TAI-Turung:
    Singpho:
    Tutsa:
    Contributed by: Rajshree Shyam on 2024-11-19
    4. Animal(Common Noun) a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging. চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।

    wa (Singpho) [ IPA: wa:]
    Contributed by: Sabin Saikia on 2024-11-30
    5. Anatomy(Common Noun) one of the hard bodies or processes usually attached in a row to each jaw, serving for the prehension and mastication of food, as weapons of attack or defense, etc., খাদ্য আহৰণ আৰু চোবোৱাৰ বাবে তথা আক্ৰমণ বা আত্মৰক্ষাৰ হাথিয়াৰ ৰূপে ব্যৱহৃত জন্তু আৰু মানুহৰ মুখৰ ভিতৰত হনুত শাৰীকৈ লাগি থকা টান বস্তু
    Contributed by: Sabin Saikia on 2024-11-29
    6. Animal(Common Noun) a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging. চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।