Items in Optics
1. Medical ScienceOptics(Material Noun-Neuter) A pair of magnifying glasses used as viewing aid দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
Assamese: উপচক্ষু, উপনেত্ৰ, চছমা, চশমা, চৌখা, ছশমা, দিব্-চকু, প্ৰতিচক্ষু, বিতচকু,
Bodo: स्समा,
Garo: chosima,
Karbi: mek-dang, mekdang,
Nagamese: sosma,
Dimasa: sosma,
TAI-Ahom: মান্ টা,
Hindi: चश्मा,
Rabha: চুকিদাংখং,
TAI-Khamti: man ta
2. Modern PhysicsOptics(Abstract Noun) The production or condition of polarity, as:
(a)A process or state in which rays of light exhibit different properties in different directions, especially the state in which all the vibration takes place in one plane.
(b) The partial or complete polar separation of positive and negative electric charge in a nuclear, atomic, molecular, or chemical system. (ক) এনে এক প্ৰক্ৰিয়া বা অৱস্থা, য’ত পোহৰৰ ৰশ্মিয়ে বিভিন্ন দিশত ভিন ভিন ধৰ্ম বা গুণাগুণ প্ৰদৰ্শন কৰে; বিশেষকৈ এনে এক অৱস্থা য’ত সকলো কম্পন একেটা সমতলত হয়।
(খ) কোনো এক কেন্দ্ৰীয়, আণৱিক, পাৰমাণৱিক বা ৰাসায়নিক তন্ত্ৰত ধনাত্মক আৰু ঋণাত্মক বৈদ্যুতিক আধানৰ আংশিক অথবা পূৰ্ণাঙ্গ ধ্ৰুৱণ বা মেৰু বিভাজন৷
Assamese: সমাৱৰ্তন,
Bodo: मोननै उलथा मिरु
Different POS:
a. Abstract Noun: polarity, মেৰুযুক্ত, मोननै उलथा आखु...b. Verb-Trans.: polarize, সমাৱৰ্তিত কৰ্, उलथायाव गावस्रानाय...
3. Optics(Verbal Noun) The degree to which the viewed object is enlarged কোনো আলোকীয় সজুলিৰ সহায়ত কোনো দৃশ্য ডাঙৰকৈ দেখা পৰিঘটনা৷
4. OpticsAcoustics(Abstract Noun) The change in direction of a wave, such as a light or sound wave, away from a boundary the wave encounters. Reflected waves remain in their original medium rather than entering the medium they encounter. এটা মাধ্যমৰ পৰা তৰঙ্গ (পোহৰ, শব্দ আদি) আন এটা মাধ্যমলৈ গতি কৰোঁতে দ্বীতিয় মাধ্যমটোৰ বেৰত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি অহা পৰিঘটনা ৷
5. Optics(Material Noun-Neuter) An optical device with perfect or approximate axial symmetry which transmits and refracts light, converging or diverging the beam. কাচ
Assamese: ফলক কাঁচ,
Bodo: बाहेराउ ओंखारनाय आइना, लेन्स, ससमा,
Meeteilon: mamai longba mingsel
6. Optics(Material Noun-Neuter) a device having an enclosed lamp and a lens-like opening, formerly used for projecting and magnifying images mounted on slides or films অতীতত কোনো বস্তুৰ প্ৰতিচ্ছবি ডাঙৰকৈ দেখুৱাবৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ
7. Optics(Abstract Noun) rainbow (normaly semicircular)semicircular when seen from aeroplane appears round. It is known as Brahmadhenush. উৰাজাহাজৰ পৰা চালে, ৰামধেনুখন ঘূৰণীয়া দেখি৷ এনে ঘূৰনীয়া ৰামধেনুক, ব্ৰহ্মধেনু বোলে৷
8. Optics(Abstract Noun) the partially shaded outer region of the shadow cast by an opaque object. দুটা পোহৰ উত্সৰ আৰু এটা বাধাৰ বাবে সৃষ্টি হোৱা পাতল ছাঁ৷ ডাঠ ছাঁটোক কয় প্ৰচ্ছায়া৷
9. Optics(Material Noun-Neuter) An apparatus with tube and mirrors or prisms for viewing objects otherwise out of sight ওখ দেৱালৰ কাৰণে দেখা নোপোৱা বস্তু চাবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি
10. Optics(Material Noun-Neuter) Instrument for measuring light
পোহৰৰ তীব্ৰতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ ইয়াৰ দ্বাৰা কোনো দ্বীপৰ দীপন-শক্তি জোখা হয়৷
11. Optics(Material Noun-Neuter) A device used to measure the amount of light ফটো তুলিবৰ কাৰণে প্ৰস্তুত কৰা ফিল্মত পৰা দীপনৰ নিখুঁত জোখ লবৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ
12. Optics(Abstract Noun) The distance from the center of a reflector to the light converging point. নাভিৰ পৰা প্ৰতিফলক তলৰ মেৰু বা লেন্সৰ আলোক কেন্দ্ৰলৈ দূৰত্ব৷
13. Optics(Material Noun-Neuter) a prism having a highly obtuse angle to facilitate beam splitting. ৰশ্মি বিভাজন সহজ কৰিবলৈ অতি অস্পষ্ট কোণ থকা প্ৰিজম৷
14. Optics(Abstract Noun) attributes of perceived color relating to chromatic intensity.
15. Optics