ঢাপলিকাঢামা
ঢাপে ঢাপে (Assamese) [ Roman: dha.pe dha.pe]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2024-12-14
English: gradually, steadily, step by step,
Assamese: আস্তে-আস্তে, উত্তৰোত্তৰ, এখোজ-দুখোজকৈ, এদেও-দুদেওকৈ, কালক্ৰমত, কালক্ৰমে, কোবত-কোবে, ক্ৰমশঃ, ক্ৰমাগতভাৱে, ক্ৰমাৎ, ক্ৰমে-ক্ৰমে, খাপে-খাপে, ঢাপে ঢাপে, তালকে-তালকে, তিল্ তিল্কৈ, থিৰে-জুৰে, দিনক দিনে, দিনে-দিনে, দোপত-দোপে, ধাপত-ধাপে, ধীৰে ধীৰে, ধীৰে-শাঁতে, ধীৰে-সুস্থিৰে, পৰ্যায়ক্ৰমে, লাহে ধীৰে, লাহে-লাহে,
Bodo: लासै लासै,
Deori: তিল-তিলচ্চা, বুদুদুকচ্চা, মিচ্চা-মিচ্চাচ্চা, মিয়া-মিয়াচ্চা, মেমেচ্চা
ঢাপে ঢাপে (Assamese) [ Roman: dha.pe dha.pe]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2024-12-14
1. (Adverb) from one stage to the next in sequence. এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।