☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
আস্তে-আস্তে
(Assamese)
[
Roman:
as.te-as.te]
Contributed by:
Anjal Borah (অঞ্জল বৰা)
on 2009-02-18
1.
(Adverb)
from one stage to the next in sequence. এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
English:
gradually
steadily
step by step
Assamese:
আস্তে-আস্তে
উত্তৰোত্তৰ
এখোজ-দুখোজকৈ
এদেও-দুদেওকৈ
কালক্ৰমত
কালক্ৰমে
কোবত-কোবে
ক্ৰমশঃ
ক্ৰমাগতভাৱে
ক্ৰমাৎ
ক্ৰমে-ক্ৰমে
খাপে-খাপে
ঢাপে ঢাপে
তালকে-তালকে
তিল্ তিল্কৈ
থিৰে-জুৰে
দিনক দিনে
দিনে-দিনে
দোপত-দোপে
ধাপত-ধাপে
ধীৰে ধীৰে
ধীৰে-শাঁতে
ধীৰে-সুস্থিৰে
পৰ্যায়ক্ৰমে
লাহে ধীৰে
লাহে-লাহে
Bodo:
लासै लासै
Deori:
তিল-তিলচ্চা
বুদুদুকচ্চা
মিচ্চা-মিচ্চাচ্চা
মিয়া-মিয়াচ্চা
মেমেচ্চা