XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    এদেও-দুদেওকৈ (Assamese) [ Roman: e.deo`-du.deo`.koi]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-24
    1. (Adverb) from one stage to the next in sequence. এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
    English:
    gradually steadily step by step
    Assamese:
    আস্তে-আস্তে উত্তৰোত্তৰ এখোজ-দুখোজকৈ এদেও-দুদেওকৈ কালক্ৰমত কালক্ৰমে কোবত-কোবে ক্ৰমশঃ ক্ৰমাগতভাৱে ক্ৰমাৎ ক্ৰমে-ক্ৰমে খাপে-খাপে ঢাপে ঢাপে তালকে-তালকে তিল্‌ তিল্‌কৈ থিৰে-জুৰে দিনক দিনে দিনে-দিনে দোপত-দোপে ধাপত-ধাপে ধীৰে ধীৰে ধীৰে-শাঁতে ধীৰে-সুস্থিৰে পৰ্যায়ক্ৰমে লাহে ধীৰে লাহে-লাহে
    Bodo:
    लासै लासै
    Deori:
    তিল-তিলচ্চা বুদুদুকচ্চা মিচ্চা-মিচ্চাচ্চা মিয়া-মিয়াচ্চা মেমেচ্চা
    © xobdo.org - a dictionary by you, for you, of you !!