ক্ৰমশঃ (Assamese) [ Roman: kro.mo.xoh]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-12-18
    1. (Adverb) from one stage to the next in sequence. এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
    Contributed by: Biraj Kumar Kakati on 2006-12-18
    2. (Adverb) In proper order or sequence. এটাৰ পিচত আনটো হৈ; নিয়মিত গতি অনুসৰি |