Buddha (English) [ IPA: ˈbuːdə ASM: বুদ্ধ]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-24
    1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)

    Different POS:

    a. Abstract Noun: knowledgeperceptionঅৱগতিঅৱগমওৱাকিপ...

    Related Idea:

    b. Proper Adj.-Common: proficientকাৰ্য্যদক্ষব্যুৎপত্তিমন্তব্যুৎপন্নসিদ্ধহস্ত...
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
    2. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷