বুদ্ধ (Assamese) [ Roman: bud.dho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)Assamese:
অন্তৰ্বাণি অৱবুদ্ধ আত্মজ্ঞ উদ্বুদ্ধ উদ্বোধিত ক্ষেত্ৰজ্ঞ জানন্তা জ্ঞানজ্যেষ্ঠ জ্ঞানশালী জ্ঞানী জ্ঞানৱন্ত জ্ঞানৱান ত্ৰিকায় ধীমান ধীযুক্ত ধীসম্পন্ন পণ্ডিত প্ৰজ্ঞাৱান প্ৰবুদ্ধ প্ৰমতি প্ৰাজ্ঞ বিজ্ঞ বিদ্বজন বিদ্বান বিদ্যাধৰ বিবুধ বিবুধান বুদ্ধ বুদ্ধিত বৃহস্পতি বুদ্ধিদ্বীপ্ত বুদ্ধিবন্ত বুদ্ধিমন্ত বুদ্ধিমান বুদ্ধিশালী বুধ বেত্তা মথিয়ন মেধাযুক্ত মেধাৱান মেধাৱী সম্বুদ্ধ সাৰস্বত সুধী সুমনা সূৰ সূৰি সূৰী
Mising:
Garo:
Meeteilon:
Mizo (Lushai):
Dimasa:
Nepali:
Tiwa:
Different POS:
a. Abstract Noun: knowledgeperceptionঅৱগতিঅৱগমওৱাকিপ...Related Idea:
b. Proper Adj.-Common: proficientকাৰ্য্যদক্ষব্যুৎপত্তিমন্তব্যুৎপন্নসিদ্ধহস্ত...Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
2. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Assamese:
Bodo:
Karbi:
Dimasa:
TAI-Ahom:
Bangla:
Related Idea:
a. Proper Noun-Masculine: AmitabhaDharmakaraঅমিতাভঅমিতাভ বুদ্ধধৰ্মাকৰ...বুদ্ধ (Bangla)
3. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Assamese:
Bodo:
Karbi:
Dimasa:
TAI-Ahom:
Bangla:
Related Idea:
a. Proper Noun-Masculine: AmitabhaDharmakaraঅমিতাভঅমিতাভ বুদ্ধধৰ্মাকৰ...বুদ্ধ (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-25
4. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Assamese:
Bodo:
Karbi:
Dimasa:
TAI-Ahom:
Bangla: