Gaussian distributiongavaus gaurus
Gautama (English) [ IPA: গৌতম ASM: গৌতম]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
Gautama (English) [ IPA: গৌতম ASM: গৌতম]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-06
1. Budhaism(Common Noun-Masculine) Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism. বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
English: Buddha, Gautama,
Assamese: অকনিষ্ঠ, অকূৰ্চ, গৌতম, গৌতম-বুদ্ধ, তথাগত, দশবল, ধৰ্মকেতু, পদ্মপাণি, বিনায়ক, বিশ্বজিৎ, বুদ্ধ, বুদ্ধদেৱ, বোধিসত্ব, মহাবোধি, মহামুনি, মহাশ্ৰমণ, লোকজিৎ, শাক্যমুনি, শাক্যসিংহ, শৌদ্ধোদন, শ্ৰীঘন, ষড়ভিক্ত, ষড়ভিজ্ঞ, সম্বুদ্ধ, সিদ্ধাৰ্থ, সুগত,
Bodo: बुद्ध,
Karbi: budho,
Dimasa: Budda,
TAI-Ahom: fra,
Bangla: বুদ্ধ,
Hajong: গৌতম, বুদ্ধ