address (English) [ IPA: əˈdres ASM: এড্ৰেচ]
1. (Abstract Noun-Neuter) the physical location of sb/sth কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান
2. (Abstract Noun) a speech or written statement, usually formal, directed to a particular group of persons কোনো ব্যক্তি সমষ্টিৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে আগবঢ়োৱা এক মৌখিক বা লিখিত বক্তব্য
Contributed by: Bikram M Baruah on 2009-04-21
3. (Verb-Trans.) to utter words to attract somebody's attention. কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মুখেৰে শব্দ কৰ্।
Assamese:
Bodo:
Garo:
Mizo (Lushai):
Karbi:
Hindi:
Nepali:
Santali: