স্থিতি (Assamese) [ Roman: sthi.ti]
n: occupy
1. (Abstract Noun-Neuter) the physical location of sb/sth কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-14
3. (Abstract Noun) the state or fact of existence, consciousness, or life, or something in such a state. অস্তিত্ব, চেতনা বা জীৱনৰ সত্য বা অৱস্থাটো, অথবা তেনে অৱস্থাত থকা কোনো বস্তু।