ঠিকনা (Assamese) [ Roman: thi.ko.na]
    1. (Abstract Noun-Neuter) the physical location of sb/sth কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-19
    2. (Abstract Noun) The fact, quality, or state of being certain সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-07
    3. (Abstract Noun) the name and address written on a letter. চিঠিৰ ওপৰত লিখা নাম, ঠিকনা ইত্যাদি।