apong (Mising) [ Roman: a.pong]
Contributed by: Benjamin Kaman on 2009-07-08
1. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume. বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়
Contributed by: Benjamin Kaman on 2009-07-08
2. (Material Noun-Neuter) A kind of traditional alcoholic drinks made from rice. চাউলৰ পৰা উৎপাদন কৰা এবিধ পৰম্পৰাগত ৰাগীয়াল পানীয়৷