cap (English) [ IPA: ˈkæp ASM: কেপ]
    1. (Material Noun-Neuter) A usually soft and close-fitting head covering কাপোৰ আদিৰ দৰে কোমল পদাৰ্থৰে তৈয়াৰী মূৰত পিন্ধা যতন
    Contributed by: Bikram M Baruah on 2010-11-22
    2. (Material Noun-Neuter) a cover of a vessel or box কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি