ঢাকন (Assamese) [ Roman: dha.kon]
    Contributed by: Biraj Kumar Kakati on 2008-03-03
    1. (Material Noun-Neuter) a cover of a vessel or box কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি

    Example Sentences:

    1. কেৰাহীত ঢাকনখন লগাই দিয়া।