খপ (Assamese) [ Roman: khop]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-17
    1. (Material Noun-Neuter) a cover of a vessel or box কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি

    Example Sentences:

    1. টেমীটোৰ খপটো মাৰি দিয়া।