chethang (Karbi) [ Roman: che thang]
Contributed by: Caroline Kropi on 2010-03-02
1. (Proper Adj.-Common) Widely known and esteemed বহুলোকে জনা আৰু সন্মান কৰা
Assamese:
কীৰ্তিমন্ত কীৰ্তিমান কীৰ্ত্তিমন্ত কীৰ্ত্তিমান কুলজন খিতপীয়া খ্যাত খ্যাতনামা খ্যাতাপন্ন খ্যাতিমন্ত খ্যাতিমান খ্যাতিসম্পন্ন খ্যাতিৱান জনা-বুজা জনা-শুনা জনাজাত জলজীয়াত নামজলা নামজাদা নামজ্বলা নামডাক নামলব্ধ নামী প্ৰখ্যাত প্ৰজ্ঞাত প্ৰতিপত্তিশালী প্ৰতিষ্ঠিত প্ৰথিত প্ৰথিতযশা প্ৰসিদ্ধ প্ৰৌঢ়ী বিখ্যাত বিশ্ৰুত মুধাফুটা মূধাফুটা যশস্বান যশস্বী যশস্যাযুক্ত যশস্যাশালী যশস্যাৱন্ত যশোধন যশোমণ্ডিত যশোৱন্ত যশোৱান্ যশৱন্ত লব্ধপ্ৰতিষ্ঠ শবদিয়াল শিৰফুটা সুখ্যাত সুপ্ৰসিদ্ধ সুপৰিচিত সুবিখ্যাত সুবিদিত সুযশা স্বনাম-প্ৰসিদ্ধ স্বনামধন্য সৰ্বজন-সমাদৃত সৰ্বজনজ্ঞাত সৰ্বজনবিদিত ৰজনজনা
Khasi:
Garo:
Meeteilon:
Dimasa:
Hindi:
Deori:
Santali:
TAI-Khamti: