flux (English) [ IPA: ˈfləks ASM: ফ্লাক্স]
    1. (Abstract Noun) flow of sth; like that of water, electricity, even people বস্তুৰ বৈ যোৱা গতি, যেনেঃ পানী, বিদ্যুত্, আনকি মানুহৰো
    Contributed by: Bikram M Baruah on 2010-11-17
    Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
    2. Physics(Abstract Noun) The rate of flow of fluid, particles, or energy.
    English:
    Contributed by: Webmaster-II on 2017-09-15
    3. (Material Noun-Neuter) Subtance mixed with metal etc. to assist flusion ধাতু জ্বালাই কৰা কামত ব্যৱহাৰ কৰা এবিধ বস্তু৷ প্ৰাকৃতিক আঁকৰৰ পৰা ধাতু সংগ্ৰহৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷
    English: