current (English) [ IPA: ˈkərənt ASM: কৰেণ্ট]
adj: currently
1. (Abstract Noun) flow of sth; like that of water, electricity, even people বস্তুৰ বৈ যোৱা গতি, যেনেঃ পানী, বিদ্যুত্, আনকি মানুহৰো
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-03-17
2. (Proper Adj.) in common use in day to day life. সাধাৰণৰূপে ব্যৱহাৰ হৈ থকা; সদায় চলি থকা|
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
3. (Abstract Noun) the current of a river নৈৰ সোঁতে লোৱা দ বাট বা নৈৰ সোঁতৰ ধাৰ