মেস্কুৰীমেহগনি
মেহ (Assamese) [ Roman: meh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
English: cloud,
Assamese: অবোৰ, অভ্ৰ, অম্বুদ, অৰ্ণোদ, কুহাৰ, ঘন, জল-কৰংক, জলদ, জলধৰ, জীমূত, জীমূতেন্দ্ৰ, ডাৱৰ, তোয়দ, তোয়ধৰ, ধাৰাধৰ, নীৰদ, পয়োদ, পয়োধৰ, বলাহক, বাতধ্বজ, বাদল, বায়ুবাহ, বাৰিদ, বাৰিবাহ, বাৰিবাহক, বাৰিবাহন, বৰ্ষধৰ, মেঘ, মেহ, মৰুত্বান, যাগল, সৰণ্যু,
Bodo: जोमै,
Mising: mukkang,
Khasi: lyoh, u lyoh,
Garo: aram, mikka sima,
Bishnupriya Manipuri: মেঘ,
Mizo (Lushai): chhûm,
Karbi: inghun,
Hmar: sûm,
Dimasa: jimi,
TAI-Ahom: মক্ ফুন্,
Nepali: कुइरो,
Tiwa: kumal,
TAI-Khamti: mokfuwn,
TAI-Turung: mu,
Tutsa: zimu
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-17
English: urine,
Assamese: ক্ষুদ্ৰশৌচ, পেচাপsfx , পেচাব, প্ৰস্ৰাৱ, মূত, মূত্ৰ, মেহ, সৰুপানী,
Bodo: हासुदै,
Meeteilon: yung,
Karbi: barso, phi-ing,
Dimasa: sidi,
Deori: আজেজি, জি-দিমা,
TAI-Khamti: ya ye,
TAI-Turung: jit,
Singpho: jit
মেহ (Assamese) [ Roman: meh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টিAssamese: অবোৰ, অভ্ৰ, অম্বুদ, অৰ্ণোদ, কুহাৰ, ঘন, জল-কৰংক, জলদ, জলধৰ, জীমূত, জীমূতেন্দ্ৰ, ডাৱৰ, তোয়দ, তোয়ধৰ, ধাৰাধৰ, নীৰদ, পয়োদ, পয়োধৰ, বলাহক, বাতধ্বজ, বাদল, বায়ুবাহ, বাৰিদ, বাৰিবাহ, বাৰিবাহক, বাৰিবাহন, বৰ্ষধৰ, মেঘ, মেহ, মৰুত্বান, যাগল, সৰণ্যু,
Bodo: जोमै,
Mising: mukkang,
Khasi: lyoh, u lyoh,
Garo: aram, mikka sima,
Bishnupriya Manipuri: মেঘ,
Mizo (Lushai): chhûm,
Karbi: inghun,
Hmar: sûm,
Dimasa: jimi,
TAI-Ahom: মক্ ফুন্,
Nepali: कुइरो,
Tiwa: kumal,
TAI-Khamti: mokfuwn,
TAI-Turung: mu,
Tutsa: zimu
Related Idea:
a. Material Noun-Neuter: cloud, অম্বুধৰ, অম্বুবাহ, অম্বুবাহী, অম্বুমুচ...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-17
2. (Material Noun-Neuter) Waste fluid secreted by the kidneys and discharged from the bladder বৃক্কৰ দ্বাৰা ক্ষৰিত আৰু মূত্ৰস্থলীৰ পৰা নিৰ্গত বৰ্জনীয় জুলীয়া বস্তু
Assamese: ক্ষুদ্ৰশৌচ, পেচাপsfx , পেচাব, প্ৰস্ৰাৱ, মূত, মূত্ৰ, মেহ, সৰুপানী,
Bodo: हासुदै,
Meeteilon: yung,
Karbi: barso, phi-ing,
Dimasa: sidi,
Deori: আজেজি, জি-দিমা,
TAI-Khamti: ya ye,
TAI-Turung: jit,
Singpho: jit