kalakha (Karbi)
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-21
    1. Mathematics(Abstract Noun) A group of related sciences, including algebra, geometry, and calculus, which use a specialized notation to study number, quantity, shape, and space. বিজ্ঞানৰ কেইটিমান সংলগ্ন বিষয়, যেনেঃ পাটীগণিত, জ্যামিতি, অৱকলন, অনুকলন আদিৰ সমূহীয়া অধ্যয়ন ৷ ইয়াতে সাংকেতিক চিহ্নৰ সহায়ত নম্বৰ, পৰিমাণ, আকাৰ আৰু স্থান আদি বুজোৱা হয় ৷
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-21
    2. (Verb-Trans.) To check over (the separate units or groups of a collection) one by one to determine the total number মুঠ সংখ্যা নিৰ্দ্ধাৰণ কৰিবলৈ এটা এটাকৈ পৰীক্ষা কৰি চোৱা
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-22
    3. Mathematics(Abstract Noun) the part of mathematics that involves the adding and multiplying, etc. of numbers গণিতৰ যিটো শাখাত সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি কৰা হয়