☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
misdeed
(English)
[
IPA:
misdeed
ASM:
মিছডিড]
1.
(Abstract Noun)
A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
English:
delinquency
misdeed
sin
vice
Assamese:
অকাজ
অকাৰ্য
অকৰ্ম
অঘ
অধৰ্ম
অধৰ্ম্ম
অপকীৰ্তি
অপক্ৰিয়া
অপকৰ্ম
অপণ্য
অসত্ কৰ্ম
কদাচাৰ
কলিমল
কলুষ
কল্ক
কল্মষ্
কশ্মল
কিণ্ব
কুকাৰ্য্য
কুকীৰ্তি
কুক্ৰিয়া
কুকৰ্ম
কৰ্বুৰ
গুনাহ
গোনাই
দলভ
দুশ্চেষ্টা
দুষ্কাৰ্য্য
দুষ্কৃতি
দুষ্ক্ৰিয়া
দুষ্কৰ্ম
দুৰ্গুণ
পাতক
পাপ
পাপকৰ্ম্ম
পাপাচাৰ
পাপাচৰণ
প্ৰত্যবায়
বেয়া কাম
Bodo:
इनाय खालामनाय
Mising:
imur
Meeteilon:
akaiba
hounadaba leechat
Hmar:
suol
Nagamese:
pap
Deori:
চাই
পাপ
Different POS:
a. Common Noun:
sinner
transgressor
পাপাচাৰী
পাপাত্মা
পাপাশয়
...
b. Proper Adj.-Common &/or Masculine:
sinful
অঘৱন্ত
অধৰমী
আভজনী
ধৰ্মচ্যুত
...
Higher Magnitude:
c. Abstract Noun:
Deadly Sin
অনুপাতক
মহাপাতক
মহাপাপ
...