দুৰ্গুণ (Assamese) [ Roman: dur.gun]
    Contributed by: Bikram M Baruah on 2008-04-19
    1. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) a deviation from accuracy or correctness; the condition of believing what is not true শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা