গোনাগোনাথ
গোনাই (Assamese) [ Roman: go`.nai]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-04
English: delinquency, misdeed, sin, vice,
Assamese: অকাজ, অকাৰ্য, অকৰ্ম, অঘ, অধৰ্ম, অধৰ্ম্ম, অপকীৰ্তি, অপক্ৰিয়া, অপকৰ্ম, অপণ্য, অসত্ কৰ্ম, কদাচাৰ, কলিমল, কলুষ, কল্ক, কল্মষ্, কশ্মল, কিণ্ব, কুকাৰ্য্য, কুকীৰ্তি, কুক্ৰিয়া, কুকৰ্ম, কৰ্বুৰ, গুনাহ, গোনাই, দলভ, দুশ্চেষ্টা, দুষ্কাৰ্য্য, দুষ্কৃতি, দুষ্ক্ৰিয়া, দুষ্কৰ্ম, দুৰ্গুণ, পাতক, পাপ, পাপকৰ্ম্ম, পাপাচাৰ, পাপাচৰণ, প্ৰত্যবায়, বেয়া কাম,
Bodo: इनाय खालामनाय,
Mising: imur,
Meeteilon: akaiba, hounadaba leechat,
Hmar: suol,
Nagamese: pap,
Deori: চাই, পাপ
b. Common Noun: sinner, transgressor, পাপাচাৰী, পাপাত্মা, পাপাশয়...
গোনাই (Assamese) [ Roman: go`.nai]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-04
1. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
Assamese: অকাজ, অকাৰ্য, অকৰ্ম, অঘ, অধৰ্ম, অধৰ্ম্ম, অপকীৰ্তি, অপক্ৰিয়া, অপকৰ্ম, অপণ্য, অসত্ কৰ্ম, কদাচাৰ, কলিমল, কলুষ, কল্ক, কল্মষ্, কশ্মল, কিণ্ব, কুকাৰ্য্য, কুকীৰ্তি, কুক্ৰিয়া, কুকৰ্ম, কৰ্বুৰ, গুনাহ, গোনাই, দলভ, দুশ্চেষ্টা, দুষ্কাৰ্য্য, দুষ্কৃতি, দুষ্ক্ৰিয়া, দুষ্কৰ্ম, দুৰ্গুণ, পাতক, পাপ, পাপকৰ্ম্ম, পাপাচাৰ, পাপাচৰণ, প্ৰত্যবায়, বেয়া কাম,
Bodo: इनाय खालामनाय,
Mising: imur,
Meeteilon: akaiba, hounadaba leechat,
Hmar: suol,
Nagamese: pap,
Deori: চাই, পাপ
Different POS:
a. Proper Adj.-Common &/or Masculine: sinful, অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত...b. Common Noun: sinner, transgressor, পাপাচাৰী, পাপাত্মা, পাপাশয়...