misin (TAI-Turung) [ IPA: misin]
Contributed by: Rajshree Shyam on 2024-11-26
1. (Material Noun-Neuter) flakes of ice formed in the atmosphere due to sub-zero temperature and covers the earth's surface. বায়ুমণ্ডলীয় উষ্ণতা শূন্য ডিগ্ৰী চেলচিয়াচতকৈ কমি গ’লে বায়ুমণ্ডলত সৃষ্টি হোৱা আৰু পৃথিৱীপৃষ্ঠক ঢাকি ধৰা গোট-মৰা পানীৰ তুলা-সদৃশ বস্তু।