oil (English) [ IPA: ˈɔɪl ASM: অইল]
    1. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়
    Contributed by: Partha P Sarmah on 2011-08-31
    2. Organizations(Proper Noun-Neuter) a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam. খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷