thok (Karbi)
    Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2010-03-06
    2. (Proper Adj.-Neuter) claimed to be from the original sources, but actually not প্ৰকৃত বা সঁচা বুলি দাবী কৰা, কিন্তু দৰাচলতে তেনে নোহোৱা

    thok (Kok-Borok)
    Contributed by: Bonnie Debbarma on 2008-12-10
    3. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়

    thok (TAI-Turung) [ IPA: tʰok]
    Contributed by: Rajshree Shyam on 2024-11-19
    4. (Verb-Trans.) To record by writing in a storage device like paper file, electronic device. কাগজৰ ফাইল বা বৈদ্যুতিন যতনত লিখিত ৰূপত সাঁচি থ