তেল (Assamese) [ Roman: tel]
    1. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়
    Contributed by: Dhiraj Kalita on 2012-06-11
    2. Chemistry(Material Noun-Neuter) a substance, as oil or grease, for lessening friction, especially in the working parts of a mechine. কোনো যন্ত্ৰৰ কাৰ্য্যকৰী অংগবোৰৰ মাজত ঘৰ্ষণ হ্ৰাস কৰাৰ বাবে প্ৰয়োগ কৰা তৈলজাতীয় পদাৰ্থ।