গহ্বৰ (Assamese) [ Roman: goh.bor]
Contributed by: Rupankar Mahanta on 2006-08-01
1. Geology(Material Noun-Neuter) hollow or natural passage under or into the earth, especially one with an opening to the surface. মাটিৰ তললৈ স্বাভাৱিক ভাৱে হোৱা ডাঙৰ গাঁত বা পথ, বিশেষকৈ যেতিয়া ই উপৰিভাগৰ ফালে মুকলি হৈ থাকে।
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
2. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই