কুণ্ড (Assamese) [ Roman: kun.do]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
1. Geology(Material Noun-Neuter) A small area of still water, especially one that is artificial. কৃত্ৰিমভাৱে সৃষ্টি কৰা বন্ধ পানীৰ সৰু জলাশয়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
2. (Material Noun-Neuter) A shallow hole dug into earth as a source of natural ground water, often with enclousures to prevent contamination from objects falling into it ভূগৰ্ভত জমা হৈ থকা পানীৰ উৎস হিচাপে ব্যৱহৃত, ঠেক দ খাদ৷ সাধাৰণতে চাৰিওফালে সুৰক্ষাৰ বাবে বেৰা দিয়া থাকে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
3. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই