rally (English)
    Contributed by: Karishma Boro on 2023-04-03
    1. (Abstract Noun) a group of experts formed for a specific purpose কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য আগত ৰাখি গঠন কৰা বিশেষজ্ঞৰ দল
    Contributed by: Bikram M Baruah on 2021-01-26
    2. (Abstract Noun) an assembly or meeting of large number of attendees organized for a specific purpose. কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।