অভিবৰ্তন (Assamese) [ Roman: o.bhi.bor.ton]
    alt: অভিবৰ্ত্তন, অভিৱৰ্তন, অভিৱৰ্ত্তন
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-05-11
    1. (Abstract Noun) an assembly or meeting of large number of attendees organized for a specific purpose. কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।