অধিবেশন (Assamese) [ Roman: o.dhi.be.xon]
    alt: অধিৱেশন
    Contributed by: Bikram M Baruah on 2008-08-27
    1. (Abstract Noun) an assembly or meeting of large number of attendees organized for a specific purpose. কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-27
    2. (Abstract Noun) a meeting, or period for meetings, of a court, council, parliament etc কোনো আদালত, পৰিষদ, বিধানসভা আদিৰ সভা অনুষ্ঠিত হোৱা নিৰ্দিষ্ট সময় ৷