range (English) [ IPA: ˈreɪndʒ ASM: ৰেঞ্জ]
    Contributed by: Webmaster-II on 2017-10-06
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun-Neuter) A geographical area having definable characteristics. নিৰ্দ্দিষ্ট গুণাগুণ বিশিষ্ট এক ভৌগোলিক পৰিসীমা|
    Contributed by: Swapnita Kakati on 2006-08-22
    2. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|