প্ৰসাৰ (Assamese) [ Roman: pro.xar]
    Contributed by: Biraj Kumar Kakati on 2008-03-06
    1. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|