pe:lam (Mising) [ Roman: peh.lam]
Contributed by: Himasri Das on 2023-05-30
1. (Abstract Noun-Neuter) A geographical area having definable characteristics. নিৰ্দ্দিষ্ট গুণাগুণ বিশিষ্ট এক ভৌগোলিক পৰিসীমা|
Contributed by: Himasri Das on 2022-12-25
2. (Abstract Noun) a group of students meeting regularly to study a subject under the guidance of a teacher শিক্ষকৰ তত্ত্বাৱধানত কোনো এটা বিষয় অধ্যয়ন কৰাৰ বাবে নিয়মীয়াকৈ গোট খোৱা ছাত্ৰৰ এটা দল
Contributed by: Himasri Das on 2022-12-25
3. (Abstract Noun) The point or degree to which something extends. কিমান ঠাই অথবা গভীৰলৈ প্ৰভাৱ থাকে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়| যেনে - বুদ্ধিৰ ব্যাপ্তি|