share (English) [ IPA: ˈʃer ASM: স্বেয়াৰ]
    1. (Abstract Noun) One of the equal fractional parts into which the capital stock of a joint-stock company or a corporation is divided. কোনো যুটীয়া মূলধন-যুক্ত কোম্পানী বা নিগমৰ মূলধন বিভক্ত কৰি পোৱা সমান ভাগবোৰৰ এভাগ
    Contributed by: Bikram M Baruah on 2013-05-07
    2. (Verb-Trans.) to distribute sth like food, clothe among a group of people মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া