whack (English) [ IPA: ˈwæk ASM: ৱেক]
    Contributed by: Aklantika Saikia on 2010-07-19
    1. (Abstract Noun) a severe stroke with the palms of both the hands joined together, a severe slap on the back বাঘে গৰুক আদিক হাঁতোৰাৰে কৰা অঘাতৰ নিচিনা ঢকা, দুয়ো হাত লগ লগাই মৰা ডাঙৰ চাপৰ, (সাধাৰণতে পিঠিত) বৰ জোৰেৰে মৰা ঢকা

    Different POS:

    a. Verb-Trans.: whackwhamবাঘ-ঢকা দে...

    Lower Magnitude:

    b. Abstract Noun: buffetচম্পটচাপৰঢকাঢৰা-চাপৰ...
    Contributed by: Partha P Sarmah on 2010-12-11
    2. (Verb-Trans.) (informal use) to hit/strike somebody very hard, usually (on the back) with your closed hand/palm হাত মুঠি মাৰি বা হাতৰ তলুৱাৰে কাৰোবাক/কাৰোবাৰ পিঠিত বৰ জোৰেৰে আঘাত কৰ

    Different POS:

    a. Abstract Noun: whackwhamবাঘ-ঢকা...